শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন বিজয় দিৱস

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন বিজয় দিৱস

barasha-misra
Barasha Misra | Published: 16 Dec 2025 17:15 PM

আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান নিয়াজিয়ে ৯৩ হাজাৰ সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি অসমতো পালন কৰা হৈছে বিজয় দিৱস। 

আজি বিজয় দিৱস। ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত সমগ্র দেশে আজি বিজয় দিৱস উদযাপন কৰে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান নিয়াজিয়ে ৯৩ হাজাৰ সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি অসমতো পালন কৰা হৈছে বিজয় দিৱস।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…