শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰিব পাকিস্তান-আফগানিস্তাকে ধৰি ৪১ খন দেশৰ নাগৰিকে!

আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰিব পাকিস্তান-আফগানিস্তাকে ধৰি ৪১ খন দেশৰ নাগৰিকে!

manas-borah
Manas Borah | Published: 16 Mar 2025 19:02 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তালিকাখন দীঘলীয়া । কোৱা হৈছে যে, এই তালিকাত সন্নিবিষ্ট দেশসমূহৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকায় । এই তালিকাত আছে পাকিস্তান, আফগানিস্তানৰ দৰে দেশৰ নাম ।

বিশ্বৰ ৪১ খন দেশৰ নাগৰিকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তালিকাখন দীঘলীয়া । কোৱা হৈছে যে, এই তালিকাত সন্নিবিষ্ট দেশসমূহৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকায় । এই তালিকাত আছে পাকিস্তান, আফগানিস্তানৰ দৰে দেশৰ নাম ।

প্ৰকাশিত খবৰ অনুসৰি, অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে ট্ৰাম্পে এই দেশসমূহৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি, পাকিস্তান, আফগানিস্তান, ভূটানকে ধৰি মুঠ ৪১খন দেশৰ ওপৰত আৰোপ কৰিব পাৰে নিষেধাজ্ঞা ।