Urfi Javed News: ৰাতিপুৱাই পুলিচৰ ওচৰলৈ দৌৰি গ’ল উৰ্ফি জাভেদ! হঠাৎ কি হ’ল?
সাদসী উৰ্ফি এইবাৰ ভয়ত কঁপি উঠিল। চিন্তাত তেওঁ গোটেই ৰাতি শুব নোৱাৰিলে। ৰাতিপুৱাৰ লগে লগে দৌৰি গ’ল পুলিচৰ ওচৰলৈ!
অদ্ভুত সাজ-পোছাকৰ বাবে প্ৰায়ে ভাইৰেল হৈ থাকে উৰ্ফি জাভেদ। সাহসী আৰু স্বাধীন মনোভাৱৰ বাবে বহুতে উৰ্ফি জাভেদক ভাল পায়। কেতিয়াবা অদ্ভুত ফেশ্বনৰ বাবে সমালোচনাৰো সন্মুখীন হয় উৰ্ফি জাভেদ। কিন্তু কোনো ধৰণৰ সমালোচনাক গুৰুত্ব নিদিয়ে উৰ্ফিয়ে। যি মন যায় পৰিধান কৰে, সেয়া তেওঁ নিজৰ সিদ্ধান্ত। কিন্তু সেইগৰাকী সাদসী উৰ্ফি এইবাৰ ভয়ত কঁপি উঠিল। চিন্তাত তেওঁ গোটেই ৰাতি শুব নোৱাৰিলে। ৰাতিপুৱাৰ লগে লগে দৌৰি গ’ল পুলিচৰ ওচৰলৈ!
হয়, এক নতুন বিপদত উৰ্ফি জাভেদ। যাৰ বাবে দেওবাৰে গোটেই ৰাতি উৰ্ফি আৰু ভনীয়েকে শুব পৰা নাছিল। তাৰ পাছতে উৰ্ফি আৰু তেখেতৰ ভনীয়েক ৰাতিপুৱা পুলিচৰ কাষ চাপিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা জনাইছে উৰ্ফিয়ে। তেওঁ লিখিছে, মই ভাবিছিলো মুম্বাই চহৰখন বৰ নিৰাপদ! অৱশ্যে কি ঘটিছিল সেই কথা স্পষ্টভাৱে জনোৱা নাই উৰ্ফিয়ে।
Latest Videos
কাৰ্বিভূমিৰ উত্তেজনাৰ পৰা দিল্লীৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ
আপুনি নজনাকৈয়ে WhatsApp হেক হৈছে নেকি! হেকাৰে পেলাইছে নতুন ফান্দ
ৰাতিপুৱাই পুলিচৰ ওচৰলৈ দৌৰি গ’ল উৰ্ফি জাভেদ! হঠাৎ কি হ’ল?
ভাৰতত থকা ৩টা ভিছা কেন্দ্ৰ বন্ধৰ সিদ্ধান্ত বাংলাদেশৰ...
