শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
খৰচ বচোৱাৰ আজিয়েই অন্তিম দিন! প্ৰৱৰ্তন হ’ব আধাৰৰ নতুন নিয়ম

খৰচ বচোৱাৰ আজিয়েই অন্তিম দিন! প্ৰৱৰ্তন হ’ব আধাৰৰ নতুন নিয়ম

Monjit Dutta
Monjit Dutta | Published: 31 Oct 2025 20:35 PM

আধাৰৰ এই নতুন নিয়ম অনুসাৰে এতিয়া আধাৰ আপডেটৰ বাবে পূৰ্বৰ তুলনাত এতিয়া দিব লাগিব অধিক ধন। UIDAI- ৰ গাইডলাইন অনুসৰি আধাৰ কাৰ্ডৰ নাম, ঠিকনা, জন্ম তাৰিখ বা মোবাইল নম্বৰ আদি তথ্য আপডেট কৰিবলৈ পূৰ্বে ৫০ টকা খৰচ হৈছিল যদিও সেই পৰিমাণ এতিয়া বৃদ্ধি পাব।

আধাৰ কাৰ্ডৰ ক্ষেত্ৰত প্ৰৱৰ্তন হ’ব নতুন নিয়ম। এই নিময়ৰ বিষয়ে যদি আপুনি জ্ঞাত নহয়, তেতিয়াহ’লে হয়তো আধাৰ কাৰ্ডৰ নামত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। কিয়নো এতিয়া আৰু পূৰ্বৰ দৰে কম মূল্যত সম্ভৱ নহ’ব আপোনাৰ আধাৰ আপডেট। ইউনিক আইডেণ্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়া, চমুকৈ UIDAI- এ এই নতুন নীতি সন্দৰ্ভত শেহতীয়াকৈ এক গাইডলাইন প্ৰকাশ কৰিছিল। সেই অনুসাৰে কাইলৈৰ পৰা অৰ্থাৎ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব আধাৰৰ নতুন নিয়ম।