Sarbananda Sonowal: জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

| Sep 29, 2025 | 10:41 PM

প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পৰিয়ালবৰ্গক দেখা কৰি দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, জুবিনৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা অগণন জনতাৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ’ব।

আজি ধৰ্মীয় ৰীতি-নীতিৰে জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত আদ্যশ্ৰাদ্ধ অনুশ্ঠিত হয়। কাহিলিপাৰাস্থিত জুবিনৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পৰিয়ালবৰ্গক দেখা কৰি দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, জুবিনৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা অগণন জনতাৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ’ব।