মোবাইলত নাথাকে নেকি নেটৱৰ্ক? এই ৫টা ট্ৰিকে দ্ৰুত কৰি তুলিব আপোনাৰ ইণ্টাৰনেট!
কেতিয়াবা ফোনত এটা সৰু চেটিং বা জমা হোৱা ধূলি এই সমস্যাৰ প্ৰকৃত কাৰণ হ’ব পাৰে। এই ক্ষেত্ৰত এনে ৫টা ফলপ্ৰসূ উপায়ৰ বিষয়ে জানো আহক, যিবোৰ অনুসৰণ কৰিলে আপোনাৰ ফোনটোৰ নেটৱৰ্ক সংকেত শক্তিশালী হ’ব।
এয়া ২০২৬ চন, যি সময়ত প্ৰযুক্তিয়ে আকাশ চুমিছে, সেই সময়তো মোবাইল নেটৱৰ্কে কেতিয়াবা আমাক আদিম যুগৰ কথা মনত পেলাই দিয়ে। কেতিয়াবা যদি কথা পাতি থাকোঁতে কলটো বিচ্ছিন্ন হৈ পৰে, আকৌ কেতিয়াবা জৰুৰী ইমেইল পঠোৱাৰ সময়ত ইণ্টাৰনেটে কাম নকৰে। এনে সমস্যা প্ৰায়ে দেখা দিয়ে। বহুতে ইয়াৰ বাবে চিম কোম্পানী বা ইণ্টাৰনেট প্ৰদানকাৰীক দোষাৰোপ কৰে। কিন্তু সকলো সময়তে তেওঁলোকৰ দোষ নাথাকে।
কেতিয়াবা ফোনত এটা সৰু চেটিং বা জমা হোৱা ধূলি এই সমস্যাৰ প্ৰকৃত কাৰণ হ’ব পাৰে। এই ক্ষেত্ৰত এনে ৫টা ফলপ্ৰসূ উপায়ৰ বিষয়ে জানো আহক, যিবোৰ অনুসৰণ কৰিলে আপোনাৰ ফোনটোৰ নেটৱৰ্ক সংকেত শক্তিশালী হ’ব। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
