আমেৰিকা-ব্ৰিটেইনৰ বিৰুদ্ধে সমুদ্ৰ বক্ষত চলিব নেকি ৰুছ অভিযান!
পুটিনে ইতিমধ্যে বিশ্বৰ আটাইতকৈ বিপদজনক পাৰমাণৱিক চাবমেৰিন K-329 Belgorod প্ৰেৰণ কৰিছে, যি চুনামিৰ সৃষ্টি কৰিব পৰা 'পোসেইডেন' টৰ্পিডোৰে সজ্জিত। এই ঘটনাই বিশ্বজুৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকা বৃদ্ধি কৰিছে।
আমেৰিকা আৰু ৰাছিয়াৰ মাজত তীব্ৰ সাগৰীয় উত্তেজনাৰ সৃষ্টি হৈছে। আমেৰিকান সেনাই আটলাণ্টিকত ৰাছিয়াৰ দুখন তেল টেংকাৰ জব্দ কৰাৰ পিছতে ৰাষ্ট্ৰপতি পুটিনেও কৃষ্ণ সাগৰ আৰু বাল্টিক সাগৰত আমেৰিকান জাহাজ জব্দ কৰাৰ পৰিকল্পনা কৰিছে। হোৱাইট হাউচৰ মতে, এই টেংকাৰসমূহৰ জৰিয়তে ভেনিজুৱেলাৰ পৰা চোৰাং ইন্ধন সৰবৰাহ কৰা হৈছিল। প্ৰত্যুত্তৰত ৰাছিয়াই আমেৰিকাক ‘জলদস্যু’ আখ্যা দি সামৰিক পদক্ষেপৰ হুংকাৰ দিছে।
পুটিনে ইতিমধ্যে বিশ্বৰ আটাইতকৈ বিপদজনক পাৰমাণৱিক চাবমেৰিন K-329 Belgorod প্ৰেৰণ কৰিছে, যি চুনামিৰ সৃষ্টি কৰিব পৰা ‘পোসেইডেন’ টৰ্পিডোৰে সজ্জিত। এই ঘটনাই বিশ্বজুৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকা বৃদ্ধি কৰিছে। এতিয়া ট্ৰাম্পৰ আক্ৰমণাত্মক স্থিতিৰ বিৰুদ্ধে পুটিনৰ পৰৱৰ্তী পদক্ষেপ হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিষয়ে সবিশেষ জানিবলৈ চাওক ভিডিঅ’…
Latest Videos
