শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাজপেয়ী ভৱনত প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বাজপেয়ী ভৱনত প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Barasha Misra
Barasha Misra | Published: 08 Jan 2026 16:17 PM

অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি,ৰবিন্দ্ৰ ৰাজু,দীজেন্দ্ৰ শৰ্মা ,ৰত্না সিঙৰ লগতে মহানগৰ সমিতিৰ বিষয়ববীয়া সকল।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগ। তেওঁৰ বিয়োগত আজি শোকসভা লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় বাজপেয়ী ভৱনত। কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাই।

অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি,ৰবিন্দ্ৰ ৰাজু,দীজেন্দ্ৰ শৰ্মা ,ৰত্না সিঙৰ লগতে মহানগৰ সমিতিৰ বিষয়ববীয়া সকল।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিৰ বীজ ৰোপণ কৰিছিল। সেয়ে এতিয়া ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিয়ে বিশাল ৰূপত শাসন কৰিছে। তেওঁ নিৰ অহংকাৰ ,নিৰ অভিমানী ব্যক্তি ৰ উপৰিও, সদায় হাঁহি থকা এগৰাকী ব্যক্তি আছিল। সেয়ে তেখেত সকলোৰে প্ৰিয় আছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’