Top9 News: কংগ্ৰেছক মোদীৰ কটাক্ষৰ পৰা ইৰাণৰ প্ৰতিবাদলৈ, দিনটোৰ খবৰ…
Top9 News: দুদিনীয়া অসম ভ্ৰমণসমূচী সামৰণি মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে। আজি কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰ মুকলি কৰাৰ লগতে তেওঁ ভাৰ্চুৱেলী অমৃত ভাৰত ৰে'ল মুকলিও কৰে।
দুদিনীয়া ভ্ৰমণসূচী সামৰি দিল্লীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি কলিয়াবৰত বিশাল জনসভা সম্বোধন কৰে মোদীয়ে। এই সময়চোৱাত তেওঁ কাজিৰভাৰ এলিভেটেড ক’ৰিডৰ মুকলি কৰে। লগতে দুখনকৈ অমৃত ভাৰত ৰে’ল মুকলি কৰে। ভাৰ্চুৱেলী ৰে’ল দুখন মুকলি কৰে তেওঁ।
ইয়াৰ পাছতে কংগ্ৰেছক উদ্দেশ্য কৰি বিভিন্ন মন্তব্য কৰে। তেওঁ কয় যে, কংগ্ৰেছৰ দিনত অসমৰ বাবে ৰে’ল বাজেট আছিল ২০০০ কোটি টকা, কিন্তু এতিয়া ১০০০ কোটি টকা। বিজেপিৰ দিনত গঁড় হত্যা বন্ধ হৈছে বুলিও কয় মোদীয়ে।
ইফালে ইৰাণত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। খবৰ অনুসৰি ইৰাণৰ প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ৫০০০ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত প্ৰায় ৫০০ জন নিৰাপত্তাৰক্ষী।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
