শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শীতকালীন অধিৱেশনৰ পৰা টেষ্টত ভাৰতৰ পৰাজয়লৈ, দিনটোৰ খবৰ...

শীতকালীন অধিৱেশনৰ পৰা টেষ্টত ভাৰতৰ পৰাজয়লৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 26 Nov 2025 20:01 PM

Top9: চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। আজি অধিৱেশনৰ দ্বিতীয় দিন আছিল। এই সময়চোৱাত ১০ খন বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰে দুখন বিধেয়ক আছিল নতুন।

আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন। আজিৰ দিনটোত ১০ খন বিধেয়ক উত্থাপন হয়। ইয়াৰে দুখন নতুন আৰু বাকী কেইখন সংশোধনী বিধেয়ক। ইয়াৰোপৰি কালি বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰা হয়। বিৰোধী নথকা অৱস্থাত দাখিল কৰা হয়। যাৰ বাবে বিৰোধিয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

আজি ভাৰতৰ মাটিত দক্ষিণ আফ্ৰিকাই ডাঙৰ জয় লাভ কৰে। ৪০৮ ৰানত ভাৰতক পৰাস্ত। ২০০০ চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটি দক্ষিণ আফ্ৰিকাই জয় লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হৈছিল।

ইফালে আজি সংবিধান দিৱস পালন কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। য’ত বিভিন্ন দিশৰ ওপৰত ভাষণ দিয়ে আৰু মোদী চৰকাৰক প্ৰশংসা কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’