শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: মুখ্যন্যায়াধীশৰ শপতৰ পৰা বিএছএফ জোৱানৰ মুক্তিলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: মুখ্যন্যায়াধীশৰ শপতৰ পৰা বিএছএফ জোৱানৰ মুক্তিলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Updated On: 14 May 2025 22:33 PM

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাৰ।পাকিস্তানে মুকলি কৰি দিলে বি এছ এফ জোৱান পূৰ্ণম কুমাৰ চাউক। আজি সোণাপুৰৰ কচুতলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাৰ। ইফালে, পাকিস্তানে মুকলি কৰি দিলে বি এছ এফ জোৱান পূৰ্ণম কুমাৰ চাউক। একেদৰে আজি সোণাপুৰৰ কচুতলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কচুতলিত দশম অসম আৰক্ষী বেটেলিয়নৰ চৌহদ স্থাপনৰ সিদ্ধান্ত । প্রায় ১০০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’ব চৌহদটো । বুধবাৰে কচুতলি ক্ষেত্ৰ পৰিদৰ্শন কৰি ছমাহৰ ভিতৰত চৌহদটো নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।