শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
লোকসভাত তিনি বিধেয়ক উত্থাপনৰ পৰা ৰেখা গুপ্তাক আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

লোকসভাত তিনি বিধেয়ক উত্থাপনৰ পৰা ৰেখা গুপ্তাক আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-sarma
Barasha Sarma | Published: 20 Aug 2025 22:45 PM

আজিৰ দিনটোত লোকসভাত কেইবাখনো বিধেয়ক উত্থাপন হয়। যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এখন বিধেয়কৰ প্ৰতিলিপি ফালি অমিত শ্বাহৰ গালৈ দলিয়াই বিৰোধিয়ে।

১. আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লোকসভাত কেইবাখনো বিধেয়ক উত্থাপন কৰে।

২. জি এম চি এইচত শিশু মৃত্যুৰ ঘটনাক লৈ নাৰ্ছক গ্ৰেপ্তাৰ।

৩.মৰিগাঁৱত কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন।

৪. হোজাইত চলিল প্ৰশাসনৰ উচ্ছেদ।

৫. পুনৰ বি টি আৰত ভাতৃঘাতী তথা গোষ্ঠীগত সংঘৰ্ষৰ আশংকা। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কৰিছে পোষ্ট।

৬. এটা ভইচ মেছেজক লৈ ধুবুৰীত চাঞ্চল্য। বিশেষ ভাবুকি দিছে অজ্ঞাত লোকে।

৭. দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এজন।

৮.মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী। চতিয়া দিৱস উপলক্ষে আজি চতিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী।

৯. সাংসদ গৌৰৱ গগৈৰ বিশেষ পোষ্ট। টী উচ্চ ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এই পোষ্ট কৰে গগৈয়ে।