Assam News: আৰচিবিৰ বিজয় উদযাপনত কেবাজনৰো মৃত্যু, চাওক দিনটোৰ শীৰ্ষ খবৰ
সুদীৰ্ঘ ১৭ বছৰৰ অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ । আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে উদযাপন অনুষ্ঠান । এই অনুষ্ঠানত অংশ ল'বলৈ গৈ পদপিষ্ট হৈ মৃত্যু ঘটিছে কেবাজনো লোকৰ । তাৰোপৰি আহত হৈছে আন কেবাজনো লোক পঞ্জাবৰ বিৰুদ্ধে ৬ ৰাণত বিজয় সাব্যস্ত কৰিছিল আৰচিবিয়ে । চাওক দিনটোৰ শীৰ্ষ খবৰ
সুদীৰ্ঘ ১৭ বছৰৰ অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ । আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে উদযাপন অনুষ্ঠান । এই অনুষ্ঠানত অংশ ল’বলৈ গৈ পদপিষ্ট হৈ মৃত্যু ঘটিছে কেবাজনো লোকৰ । তাৰোপৰি আহত হৈছে আন কেবাজনো লোক পঞ্জাবৰ বিৰুদ্ধে ৬ ৰাণত বিজয় সাব্যস্ত কৰিছিল আৰচিবিয়ে ।
এতিয়াও বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । ২১ খন জিলাৰ প্ৰায় ১৫০০ গাঁও প্লাবিত বানত । ক্ষতিগ্ৰস্ত কমেও ৬ লাখ ৩৩ হাজাৰ লোক । বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে ১২ জনে । সমগ্ৰ উত্তৰ-পূবত বান আৰু ভূমিস্খলনত নিহত ৪৪ গৰাকী লোক।
ইয়াৰ লগতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ…