শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: বানৰ পৰা আই পি এলৰ ফাইনেললৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: বানৰ পৰা আই পি এলৰ ফাইনেললৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Updated On: 04 Jun 2025 00:34 AM

ৰাজ্যত ক্ৰমাত জটিল হৈ পৰিছে বান পৰিস্থিতি । ২২ খনকৈ জিলাৰ প্ৰায় ৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা । বান প্ৰাণ হেৰুৱাইছে ৬ গৰাকীকৈ লোকে । ১২৫৮ খন গাঁও বানৰ কবলত । ইয়াৰ লগতে চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ।Assam News: বানৰ পৰা আই পি এলৰ ফাইনেললৈ দিনটোৰ শীৰ্ষ খবৰ

ৰাজ্যত ক্ৰমাত জটিল হৈ পৰিছে বান পৰিস্থিতি । ২২ খনকৈ জিলাৰ প্ৰায় ৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা । বান প্ৰাণ হেৰুৱাইছে ৬ গৰাকীকৈ লোকে । ১২৫৮ খন গাঁও বানৰ কবলত ।

ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি বান পৰিস্থিতিৰ খবৰ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে । উত্তৰ-পূব বান বিধ্বস্ত আন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও প্ৰধানমন্ত্ৰীৰ ফোন ।

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। ২২ জুনত বিয়লি ২:৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু ২৬ জুনত পুৱা ৩:০০ বজাত নিবৃত্তিৰ সৈতে অম্বুবাচী মেলাৰ সামৰণি পৰিব। এইবাৰ অম্বুবাচী মেলাৰ বাবে ৪ কোটি ৫৫ লাখ টকা ব্যয় ধাৰ্য কৰিছে চৰকাৰে । ইয়াৰ লগতে চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ।