Pahalgam Tourist Attack: পহলগামৰ হত্যালীলাক সৰ্বত্ৰ নিন্দা, চাওক দিনটোৰ মুখ্য খবৰসমূহ
২২ এপ্ৰিল মঙলবাৰে কাশ্মীৰৰ পহলগামত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত ২৬ জন লোকৰ নিহত । ইয়াৰ বহু লোক আহত হয় । এই সন্ত্ৰাসবাদীৰ কাৰ্য সমগ্ৰ বিশ্বই নিন্দা কৰিছে । পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF)য়ে দায়িত্ব স্বীকাৰ কৰিছে এই আক্ৰমণৰ । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...
২২ এপ্ৰিল মঙলবাৰে কাশ্মীৰৰ পহলগামত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত ২৬ জন লোকৰ নিহত । ইয়াৰ বহু লোক আহত হয় । এই সন্ত্ৰাসবাদীৰ কাৰ্য সমগ্ৰ বিশ্বই নিন্দা কৰিছে । পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF)য়ে দায়িত্ব স্বীকাৰ কৰিছে এই আক্ৰমণৰ । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
Latest Videos
২১,০০০ টকালৈ হ্ৰাস পালে দাম! বজাৰত সোণ-ৰূপৰ মূল্য কিমান?
নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ আক্ৰমণত আহত দুজন শ্ৰমিক
মই অখিল গগৈৰ কথা বেছিকৈ নকওঁ কাৰণ মই তেওঁৰ ফেচবুক লাইভৰ ভাল ফেন'
অসম অশান্ত কৰাৰ চেষ্টা! STF ৰ জালত ১১ বাংলাদেশী মৌলবাদী...
