শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত তীব্ৰ বাকযুদ্ধ

পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত তীব্ৰ বাকযুদ্ধ

barasha-misra
Barasha Misra | Published: 24 Dec 2025 15:44 PM

এই চৰ্চাৰ মাজতে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত দেখা গ'ল তীব্ৰ বাকযুদ্ধ। দক্ষিণ কামৰূপৰ লোহাৰঘাটতত অনুষ্ঠিত হোৱা এখন সভাত হতাহতি দুই নেতাৰ মাজত।

পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এটা ভাইৰেল অডিঅ’ক লৈ ব্যাপক চৰ্চা। বিধায়ক গৰাকীৰ কমিছনৰাজৰ বিৰুদ্ধে প্ৰতিবাদ। বিধায়কক ‘ভূমি বিক্ৰীৰ এজেণ্ট’ আখ্যা দি পলাশবাৰীত প্ৰতিবাদ কৰে কংগ্ৰেছে। হেমাংগ ঠাকুৰীয়া মূৰ্দাবাদ, বিজেপি গ’ বেক ধ্বনিৰে বাহিৰ কৰিছিল প্ৰতিবাদী সমদল।

এই চৰ্চাৰ মাজতে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত দেখা গ’ল তীব্ৰ বাকযুদ্ধ। দক্ষিণ কামৰূপৰ লোহাৰঘাটতত অনুষ্ঠিত হোৱা এখন সভাত হতাহতি দুই নেতাৰ মাজত।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…