শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজি বিজয়া দশমী, মহানগৰীৰ লাচিত ঘাটৰ লগতে বিভিন্ন স্থানত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

আজি বিজয়া দশমী, মহানগৰীৰ লাচিত ঘাটৰ লগতে বিভিন্ন স্থানত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

Barasha Misra
Barasha Misra | Published: 02 Oct 2025 13:56 PM

বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন আৰক্ষীয়ে কৰিছে প্ৰস্তুতি।

আজি বিজয়া দশমী, ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি দিয়া হ’ব বিসৰ্জন। ৰাজ্যৰ বিভিন্ন ঘাটত বিসৰ্জনৰ বাবে প্ৰস্তুতি। গুৱাহাটীৰ লাচিত ঘাটত মহানগৰীৰ বিভিন্ন স্থানৰ দুৰ্গা প্ৰতিমা বিসৰ্জন। বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন আৰক্ষীয়ে কৰিছে প্ৰস্তুতি।

আজি চানমাৰিৰ দিশৰ বাহন হাইক’ৰ্ট হৈহে লাচিত ঘাটলৈ যাব, ৰাজগড় দিশৰ বাহন গুৱাহাটী ক্লাব হৈ যাব লাচিত ঘাটলৈ যাব লাগিব। আৰু উলুবাৰী দিশৰ বাহন পাণবজাৰ হৈ লাচিত ঘাটলৈ যাব। ইফালে পল্টনবজাৰৰ দিশৰ বাহন পাণবজাৰ হৈ লাচিত ঘাটলৈ যাব আৰু লালগণেশৰ ফালৰ পৰা অহা বাহন পাণবজাৰ হৈ লাচিত ঘাটলৈ যাব লাগিব।