শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইছলামলৈ ধৰ্মান্তৰিত ধৰ্মেন্দ্ৰ, নাম ল’লে দিলৱাৰ খান! হঠাতে কিয় এই সিদ্ধান্ত?

ইছলামলৈ ধৰ্মান্তৰিত ধৰ্মেন্দ্ৰ, নাম ল’লে দিলৱাৰ খান! হঠাতে কিয় এই সিদ্ধান্ত?

Monjit Dutta
Monjit Dutta | Published: 01 Sep 2025 22:01 PM

ধৰ্মেন্দ্ৰ বুলি ক’লে আমাৰ সকলোৰে পৰিচিত মুখ এখন চকুৰ আগত ভাহি আহে। পিছে এই দিলৱাৰ খান বুলি ক’লে আপুনি চিনি পাব নে এই ব্যক্তিজনক? আপুনি জানি আচৰিত হ’ব, সকলোৰে পৰিচিত ধৰ্মেন্দ্ৰই এইজন দিলৱাৰ খান।

যোৱা শতিকাৰ ৬০ৰ দশকত বলীউডত আত্মপ্ৰকাশ ঘটিছিল ধৰ্মেন্দ্ৰৰ। কম সময়ৰ ভিতৰত্ৰ তেওঁ বলীউড জগতৰ চক’লেট বয় হিচাপে চৰ্চিত হৈ পৰিছিল। ইয়াৰ পিছতে ধৰ্মেন্দ্ৰ অভিনীত ইখনৰ পিছত সিখন ছবি চুপাৰহিট হৈ পৰে আৰু তাৰ সুবাদতে ধৰ্মেন্দ্ৰ বলীউড ইতিহাসৰে অন্যতম এগৰাকী চুপাৰষ্টাৰ হৈ পৰে। ধৰ্মেন্দ্ৰ বুলি ক’লে আমাৰ সকলোৰে পৰিচিত মুখ এখন চকুৰ আগত ভাহি আহে। পিছে এই দিলৱাৰ খান বুলি ক’লে আপুনি চিনি পাব নে এই ব্যক্তিজনক?

আপুনি জানি আচৰিত হ’ব, সকলোৰে পৰিচিত ধৰ্মেন্দ্ৰই এইজন দিলৱাৰ খান। ধৰ্ম পৰিৱৰ্তন কৰি ধৰ্মেন্দ্ৰ দেউল এদিন দিলৱাৰ খান হৈ পৰিছিল! ইয়াৰ আঁৰত আছিল এক বিশেষ কাৰণ। বলীউড সূত্ৰ মতে, এদিন এক বিশেষ কাৰণত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল ধৰ্মেন্দ্ৰ। পিছে কি এই কাৰণ!