শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'অখিল গগৈ জুবিনক্ষেত্ৰলৈ যোৱাৰ লগে লগে মিঞাসকল আহি পায়' -মুখ্যমন্ত্ৰী

‘অখিল গগৈ জুবিনক্ষেত্ৰলৈ যোৱাৰ লগে লগে মিঞাসকল আহি পায়’ -মুখ্যমন্ত্ৰী

Barasha Misra
Barasha Misra | Published: 19 Nov 2025 19:54 PM

মুখ্যমন্ত্ৰীয়ে কয়, 'জুবিন গাৰ্গৰ ঘটনাৰ পিছত অখিল গগৈ প্ৰত্য়েক দিনাই জুবিন ক্ষেত্ৰলৈ যায় আৰু তেওঁ গ'লেই মিঞা আহে। আমি ফেচবুকত লিখি ন্যায় নিবিচাৰোঁ। যেতিয়া দেখিলে জুবিনক ন্যায় দিয়াৰ বাবে আমি বজ্ৰকঠোৰ সেয়ে এতিয়া ওলোটাই কৈছে এয়া হত্যা বুলি কেনেকৈ গম পালে। এতিয়া মই বিধানসবাতো কম যে জুবিনে জীয়াই থাকোতে এই মানুহবোৰে কিমান সন্মান কৰিছিল।'

মিঞা আৰু বিৰোধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিঞাসকলে জুবিন গাৰ্গৰ নাম লৈ উচ্ছেদ অভিযানৰ পৰা বাচিবলৈ চেষ্টা কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ জুবিন ক্ষেত্ৰলৈ গ’লেই তাত মিঞা ভৰি পৰে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘জুবিন গাৰ্গৰ ঘটনাৰ পিছত অখিল গগৈ প্ৰত্য়েক দিনাই জুবিন ক্ষেত্ৰলৈ যায় আৰু তেওঁ গলেই মিঞা আহে। আমি ফেচবুকত লিখি ন্যায় নিবিচাৰোঁ। যেতিয়া দেখিলে জুবিনক ন্যায় দিয়াৰ বাবে আমি বজ্ৰকঠোৰ সেয়ে এতিয়া ওলোটাই কৈছে এয়া হত্যা বুলি কেনেকৈ গম পালে। এতিয়া মই বিধানসবাতো কম যে জুবিনে জীয়াই থাকোতে এই মানুহবোৰে কিমান সন্মান কৰিছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…