Akash Deep: কিয় টিম ইণ্ডিয়াৰ আকাশ দীপে তেওঁৰ নতুন ফৰ্চুনাৰখন চলাব নোৱাৰে ?
এখন গাড়ী ক্ৰয় কৰিছে ক্ৰিকেটাৰ আকাশ দীপে। কিন্তু আচৰিত কথাটো সেই গাড়ীখন তেওঁ চলাব নোৱাৰে ! এক কথাত ৰাস্তালৈ উলিয়াই নিব নোৱাৰে গাড়ীখন।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন আকৰ্ষণীয়। পিছে ষ্টেট দলত তেওঁ নিয়মীয়াকৈ সুযোগ পোৱা নাছিল। কিন্তু শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণে আকাশ দীপক পুনৰ সুযোগ প্ৰদান কৰিলে। সীমিত সুযোগত আকৰ্ষণীয় বলিং প্ৰদৰ্শন। ক্ৰিকেটৰ সমান্তৰালভাৱে ব্যক্তিগত জীৱনত বেয়া সময় পাৰ কৰিছে আকাশ দীপে।
নিজৰ জীৱনটোক সুন্দৰকৈ উদযাপন কৰাৰ আশা সকলোৱে থাকে। তাৰ ব্যতিক্ৰম নহয় আকাশ। ক্ৰিকেট কেৰিয়াৰ উন্নত কৰাৰ সমান্তৰালকৈ নিজৰ ব্যক্তিগত জীৱনকো সুন্দৰকৈ আগুৱাই নিব বিচাৰে আকাশে। এখন গাড়ী ক্ৰয় কৰিছে ক্ৰিকেটাৰ আকাশ দীপে। কিন্তু আচৰিত কথাটো সেই গাড়ীখন তেওঁ চলাব নোৱাৰে ! এক কথাত ৰাস্তালৈ উলিয়াই নিব নোৱাৰে গাড়ীখন। সকলোৰে মনত এটাই প্ৰশ্ন ইয়াৰ কাৰণ কি ?
Latest Videos