শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পলকতে চাওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

পলকতে চাওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

Monjit Dutta
Monjit Dutta | Updated On: 28 Feb 2025 23:09 PM

সফলতাৰে সামৰণি পৰিল 'এডভাণ্টেজ আছাম ২.০'। এই বিনিয়োগ সন্মিলনৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সতীৰ্থসহ সংবাদ মাধ্যমক সম্বোধন কৰি 'এডভাণ্টেজ আছাম ২.০'ৰ পৰা লাভ কৰা ফলাফলৰ সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

সফলতাৰে সামৰণি পৰিল ‘এডভাণ্টেজ আছাম ২.০’। এই বিনিয়োগ সন্মিলনৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সতীৰ্থসহ সংবাদ মাধ্যমক সম্বোধন কৰি ‘এডভাণ্টেজ আছাম ২.০’ৰ পৰা লাভ কৰা ফলাফলৰ সন্দৰ্ভত বাখ্যা আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সময়তে এতিয়াৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে ৰাজ্যত এই এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে। ইফালে সংবাদ মাধ্যমৰ আগত তেওঁ এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণত উল্লেখ কৰাৰ দৰে টুইন টাৱাৰ নিৰ্মাণ হৈ থকা বুলিও দাবী কৰে। চাওঁ আহক ৰাজ্যৰ লগতে দেশ-বিদেশৰ আজি দিনটোৰ আন কিছুমান গুৰুত্বপূৰ্ণ খবৰ।