পাকিস্তানক মোদীৰ কঠোৰ সকীয়নিৰ পৰা আই পি এললৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ…..
ৰাজস্থানৰ বীকানেৰীৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গৰে কয় যে ২২ তাৰিখৰ উত্তৰ ভাৰতীয় সেনাই ২২ মিনিটত দিলে। এই ভাষণতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ তেজত সেন্দূৰ বৈ আছে বুলিও উল্লেখ কৰে।
ৰাজস্থানৰ বীকানেৰীৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গৰে কয় যে ২২ তাৰিখৰ উত্তৰ ভাৰতীয় সেনাই ২২ মিনিটত দিলে। এই ভাষণতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ তেজত সেন্দূৰ বৈ আছে বুলিও উল্লেখ কৰে। তেওঁ লগতে পাকিস্তানে সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত মূল্য দিব লাগিব বুলিও হুংকাৰ দিয়ে।
অহা ৯ জুনত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। ৰাজ্য চৰকাৰে ডিব্ৰুগড় বিমান বন্দৰক ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই প্ৰস্তাৱ গৃহীত কৰাৰ বাবে এই বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হ’ব। চাওক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ….
Latest Videos

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপলৈকে শীৰ্ষ খবৰ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতত পেট্ৰ’লৰ দাম কিমান বৃদ্ধি পাব?

ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ'ল নেকি আদানী? চাওক ভিডিঅ'...

নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!
