শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Assam News: পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Barasha Misra
Barasha Misra | Published: 09 Mar 2025 21:26 PM

বিত্তমন্ত্ৰীয়ে কয়,'ৰাইজক এখন ভাল বাজেট দিবলৈ চেষ্টা কৰা হৈছে। মহিলা, যুৱক, দৰিদ্ৰক সমানে এই বাজেটত দিয়া হ'ব গুৰুত্ব।' লগতে চাওক দিনটোৰ বহুকেইটা খবৰ।

কাইলৈ অসম বিধানসভাত দাখিল কৰিব বাজেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজোটক লৈ বহু আশা ৰাইজৰ। এই বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে কৰে মন্তব্য। বিত্তমন্ত্ৰীয়ে কয়,’ৰাইজক এখন ভাল বাজেট দিবলৈ চেষ্টা কৰা হৈছে। মহিলা, যুৱক, দৰিদ্ৰক সমানে এই বাজেটত দিয়া হ’ব গুৰুত্ব।’

ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ২৫ সংখ্যক IIFA এৱাৰ্ডছ অনুষ্ঠান। এই মঞ্চত উজ্বলি উঠিল অসম সন্তান অনুৰাগ শইকীয়া। সংগীতশিল্পী অনুৰাগ শইকীয়ালৈ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান। ‘ইস্ক হে’ শীৰ্ষক গীতটিৰ বাবে লাভ কৰিছে এই সন্মান। লগতে চাওক দিনটোৰ বহুকেইটা খবৰ।