Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
গুৰুজনাৰ সৃষ্টি ভাওনাক অপমান আৰু সমষ্টিত মন্ত্ৰীগৰাকীয়ে কৰা অসাংবিধানিক মন্তব্য, এই দুই প্ৰসংগক লৈ সদনত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বুধবাৰে উত্থাপিত হৈছিল ভৰ্ৎসনা প্ৰস্তাৱ।
ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি অৱশষত ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংহলে । গুৱাহাটী প্ৰেছ ক্লাৱৰ দ্বাৰা আয়োজিত ভাওনাৰ বাবে নিমন্ত্ৰণ জনাবলৈ যোৱাৰ সময়তে মন্ত্ৰীগৰাকীয়ে ভাওনা চেকুলাৰ নহয় বুলি মন্তব্য কৰাৰ অভিযোগ । অৱশ্যে এই অভিযোগ মিছা বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে ।
গুৰুজনাৰ সৃষ্টি ভাওনাক অপমান আৰু সমষ্টিত মন্ত্ৰীগৰাকীয়ে কৰা অসাংবিধানিক মন্তব্য, এই দুই প্ৰসংগক লৈ সদনত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বুধবাৰে উত্থাপিত হৈছিল ভৰ্ৎসনা প্ৰস্তাৱ। বিধানসভাৰ অধ্যক্ষক এই প্ৰস্তাৱ প্ৰদান কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনালৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে অশোক সিংঘলে কৈছিল “ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট।” কথাখিনি ফেচবুকত ৰাজহুৱা কৰিছিল জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মাই।
Latest Videos
পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়া যুদ্ধৰ বাবে সাজু আফগানিস্তান !
গুৱাহাটীত বায়ুসেনাৰ এয়াৰ শ্ব', ৰাছিয়াৰ নতুন ঘোষণা... দিনটোৰ খবৰ..
বাংলাদেশত পাকিস্তানৰ ISI-ৰ শাখা! হৈছে নেকি ভাৰত বিৰোধী জোঁট গঠন?
স্কুটিৰ দাম ১ লাখ টকা, কিন্তু আৰক্ষীয়ে জৰিমনা বিহিলে ২০ লাখ টকা
