Assam News: মহানায়কৰ মহাপ্ৰয়াণৰ পৰা ক্ৰিকেটৰ খবৰলৈ… চাওক দিনটোৰ বহু খবৰ
পঞ্চভূতত বিলীন জুবিন গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে দিলে চিৰবিদায়। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া।
আজি ২৩ ছেপ্টেম্বৰ, সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে জুবিন গাৰ্গক দিলে চিৰবিদায় লগে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।
পঞ্চভূতত বিলীন জুবিন গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে দিলে চিৰবিদায়। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। শোকাহত প্ৰতিগৰাকী অসমীয়া। ইফালে জুবিন গাৰ্গ ইচ্ছা পূৰণ! বিদায় পৰত সকলোকে একেলগে গালে ‘মায়াবিনী ৰাতিৰ বুকুত..’। জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে এক অনুষ্ঠানত কৈছিল, মই মৰিলে সকলোৱে মায়াবিনী গীতটো বজাব। সোণাপুৰৰ হাতীমূৰা টিলা জুবিনৰ শেষ স্থান। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে GMCH ত প্ৰাণৰ শিল্পীগৰাকীৰ পোষ্টমৰ্টেম। ৰাজ্যিক মৰ্যাদাৰে জুবিন গাৰ্গক শেষ বিদায়। লগতে চাওক দিনটোৰ বহু খবৰ…