বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰসমূহ…
সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দলীয় মন্ত্ৰী-বিধায়ক সকলে। লগতে এই বৈঠকত উপস্থিত থাকিব বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা।
ধুবুৰীত আৰক্ষীৰ জালত এগৰাকী বাংলাদেশী কিন্নৰ। স্থানীয় বাসিন্দাৰ অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীয়ে আটক কৰিছে কিন্নৰগৰাকীক। প্ৰায় চাৰি বছৰ ধৰি বৈধ নথি-পত্ৰ অবিহনে ধুবুৰীত বাস কৰি আহিছে এই কিন্নৰগৰাকীয়ে। স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা মতে অঞ্চলটোত আন কেবাগৰাকীও অবৈধ বাংলাদেশী কিন্নৰে বসবাস কৰি আছে। কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হৈছে ২০ গৰাকী প্ৰাক্তন এন ডি এফ বি সদস্যক। এই জামিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাক্তন বিদ্ৰোহীসকলে। সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দলীয় মন্ত্ৰী-বিধায়ক সকলে। লগতে এই বৈঠকত উপস্থিত থাকিব বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা। বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় নেতাৰ লগতে সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষো উপস্থিত থাকিব এই বৈঠকত। লগতে চাওক দিনটোৰ আন বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

সলনি হৈছে ৰে'লৱেৰ নিয়ম, জানক কিদৰে কৰিব তৎকাল টিকট বুকিং

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! ন্যায়ালয়ে ক'লে

বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ...
