ক’ত বিনিয়োগ কৰিলে অধিক লাভ অৰ্জন কৰিব পাৰি?
যিসকল লোক সঞ্চয় বা বিনিয়োগৰ নতুন বজাৰখনৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকে এতিয়াও টকা সঞ্চয় কৰিবলৈ ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ কথা কয়। ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত বিনিয়োগৰ কথা তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে, কিয়নো মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত ৰিস্ক বহুত বেছি বুলি তেওঁলোকে ভাবি লয়।
উপাৰ্জন কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই আপোনাক নিশ্চয় টকা সঞ্চয় কৰিবলৈ কয় পৰিয়ালৰ সদস্য বা শুভাকাংক্ষীয়ে। যিসকল লোক সঞ্চয় বা বিনিয়োগৰ নতুন বজাৰখনৰ বিষয়ে জ্ঞাত নহয়, তেওঁলোকে এতিয়াও টকা সঞ্চয় কৰিবলৈ ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ কথা কয়। ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত বিনিয়োগৰ কথা তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে, কিয়নো মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত ৰিস্ক বহুত বেছি বুলি তেওঁলোকে ভাবি লয়।
কিন্তু বিনিয়োগকাৰীয়ে দীৰ্ঘম্যাদীভাৱে ক’ৰ পৰা ডাঙৰ ৰিটাৰ্ণ পাব, মিউচুৱেল ফাণ্ড নে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড? হিচাপটো চাওঁ আহক। যদি আপুনি বছৰি ৯০ হাজাৰ টকা ৰাজহুৱা ভৱিষ্য নিধিত জমা কৰে, তেন্তে ১৫ বছৰৰ পাছত জমা কৰা মুঠ ধনৰাশি হ’ব ১৩ লাখ ৫০ হাজাৰ। পিপিএফৰ ক্ষেত্ৰত বছৰি ৭.১ শতাংশ সুতৰ হাৰ। সেই অনুসৰি মেচিউৰিটিৰ পৰিমাণ প্ৰায় ২৪ লাখ ৪০ হাজাৰ টকা। কিন্তু পিপিএফত বিনিয়োগ কৰিলে পোৱা ৰিটাৰ্ণৰ ওপৰত কোনো কৰ নাথাকে।
এই বিষয়ে বিস্তৃত ৰূপত চাওঁ আহক…