শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পঞ্চায়ত নিৰ্বাচনৰ বেমেজালিৰ পৰা পাকিস্তান বিৰোধী সিদ্ধান্তলৈকে, চাওক দিনটোৰ খবৰ

পঞ্চায়ত নিৰ্বাচনৰ বেমেজালিৰ পৰা পাকিস্তান বিৰোধী সিদ্ধান্তলৈকে, চাওক দিনটোৰ খবৰ

monjit-dutta
Monjit Dutta | Updated On: 03 May 2025 23:49 PM

শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিলেও ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সদৰী কৰিছে এই কথা। ২ মে'ৰ ভোটগ্ৰহণৰ সময়ত এইকেইটা ভোটকেন্দ্ৰত বেমেজালিৰ সৃষ্টি হোৱাৰ ফলস্বৰূপে এতিয়া পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিলেও ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সদৰী কৰিছে এই কথা। ২ মে’ৰ ভোটগ্ৰহণৰ সময়ত এইকেইটা ভোটকেন্দ্ৰত বেমেজালিৰ সৃষ্টি হোৱাৰ ফলস্বৰূপে এতিয়া পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

ইফালে পহলগাম কাণ্ডৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে পাকিস্তানৰ পৰা যিকোনো আমদানি নিষিদ্ধ কৰিলে ভাৰতে। এতিয়া প্ৰত্যক্ষ বা পৰোক্ষ, কোনোপ্ৰকাৰে পাকিস্তানী সামগ্ৰী ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। বাণিজ্য মন্ত্ৰণালয়ৰ পৰা বিজ্ঞপ্তি জাৰি কৰি এই কথা জনোৱা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু চৰকাৰী নীতিৰ স্বাৰ্থত এই নিষেধাজ্ঞাৰ সিদ্ধান্ত লোৱা হৈছে। চাওঁ আহক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ…