জালিয়াতি ৰোধ কৰাৰ বাবে আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?
ডিজিটেল যুগত তথ্য চুৰি ৰোধ কৰিবলৈ আধাৰধাৰীসকলৰ বাবে আধাৰৰ বায়’মেট্ৰিক লক এক শক্তিশালী নিৰাপত্তা কবচ। এই বিষয়ে বিশদভাৱে জানিবলৈ চাওক ভিডিঅ’ প্ৰতিবেদন...
বৰ্তমান সময়ত আধাৰ কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ হোৱাৰ সমান্তৰালকৈ ইয়াৰ অপব্যৱহাৰ আৰু জালিয়াতিৰ আশংকাও বৃদ্ধি পাইছে। এই বিপদৰ পৰা হাত সাৰিবলৈ UIDAI- এ আধাৰৰ বায়’মেট্ৰিক লক আৰু আনলক সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ আঙুলিৰ ছাপ (Fingerprint) আৰু চকুৰ মণিৰ (Iris) তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰে। এবাৰ বায়’মেট্ৰিক লক কৰিলে কোনো লোকে আপোনাৰ অনুমতি অবিহনে ভুৱা KYC কৰিব নোৱাৰিব।
UIDAI প’ৰ্টেল বা mAdhaar এপৰ জৰিয়তে অতি সহজে আৰু বিনামূলীয়াকৈ OTP ভেৰিফিকেচন কৰি আধাৰ লক বা আনলক কৰিব পাৰি। ডিজিটেল যুগত তথ্য চুৰি ৰোধ কৰিবলৈ আধাৰধাৰীসকলৰ বাবে এয়া এক শক্তিশালী নিৰাপত্তা কবচ। এই বিষয়ে বিশদভাৱে জানিবলৈ চাওক ভিডিঅ’ প্ৰতিবেদন…
Latest Videos
জালিয়াতি ৰোধ কৰাৰ বাবে আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?
শ্বাহেনশ্বাহৰ ‘স্বৰ্ণ কমোডে’ লগাইছে তোলপাৰ, দাম শুনিলে হ’ব আচৰিত
কোকৰাঝাৰৰ পৰিস্থিতিৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০লৈ, দিনটোৰ খবৰ...
আইনৰ ওপৰত আস্থা ৰাখকঃ কোকৰাঝাৰৰ ঘটনাক লৈ IGP অখিলেশ সিঙৰ আহ্বান
