SBI ৰ নতুন আঁচনি! ৫৯৩ টকাৰ বাবদ লাভ কৰিব ১ লাখ টকা…
SBI Scheme: ধন জমা কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ! কিয়নো ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকৰ বাবে আনিছে এক নতুন আঁচনি। যাৰ অধীনত টকা জমা ৰাখিলে আপুনি লাভ কৰিব ১ লাখ টকা।
চৰকাৰী বেংক এছ বি আইয়ে নতুন বছৰত প্ৰৱৰ্তন কৰিছে এক নতুন আঁচনি। ৰেকাৰিং ডিপোজিটৰ জৰিয়তে প্ৰতিটো ঘৰতে লাখপতি সৃষ্টিৰ প্ৰচেষ্টা চলাইছে। এই আঁচনিত কোনো ৰিস্ক নাই, গতিকে আপুনি নিশ্চিত মনে ধন জমা কৰিব পাৰে। জানিব পৰা মতে, এই আঁচনিৰ অধীনত মাত্ৰ ৫৯৩ টকা জমা কৰিলে আপুনি লাভ কৰিব ১ লাখ টকা। এই আঁচনিৰ অধীনত গ্ৰাহকে ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত ধন জমা ৰাখিব পাৰিব।
Latest Videos
বিশ্বৰ শ্ৰেষ্ঠ বেংকৰ স্বীকৃতি! আন্তঃৰাষ্ট্ৰীয় খাতি লাভ SBIৰ
ৰো-কো যুটিৰ বিস্ফোৰণৰ পৰা কোকৰাঝাৰৰ সংঘৰ্ষলৈ... দিনটোৰ শীৰ্ষ খবৰ
বাংলাদেশত যুৱকক অস্ত্ৰৰ প্ৰশিক্ষণ, কি নতুন ষড়যন্ত্ৰ ইউনুছৰ?
বেংক একাউণ্টত থাকিব ৪ জন নমিনি! সমস্যা বাঢ়িব নেকি আপোনাৰ?
