শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Sara Tendulkar: অষ্ট্ৰেলিয়াৰ ১১৩৭ কোটি টকীয়া নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ…

Sara Tendulkar: অষ্ট্ৰেলিয়াৰ ১১৩৭ কোটি টকীয়া নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ…

manas-borah
Manas Borah | Published: 05 Aug 2025 22:53 PM

শচীন তেণ্ডুলকাৰক কোনে নাজানে? একেদৰে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাও সকলোৰে চিনাকি হৈ পৰিছে। কেৱল শচীন তেণ্ডুলকাৰৰ কন্যা হিচাপেই নহয়, নিজৰ কামৰ জৰিয়তেও নিজৰ নাম উজ্বলাইছে ছাৰাই।

নতুন চিনাকী লাভ কৰিব শচীনৰ কন্যা ছাৰা তেণ্ডুলকাই! ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক কোনে নাজানে? একেদৰে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাও সকলোৰে চিনাকি হৈ পৰিছে। কেৱল শচীন তেণ্ডুলকাৰৰ কন্যা হিচাপেই নহয়, নিজৰ কামৰ জৰিয়তেও নিজৰ নাম উজ্বলাইছে ছাৰাই।

মডেলিঙৰ সমান্তৰালভাৱে ছাৰাই আৰম্ভ কৰিছে নিজৰ ব্যৱসায়। ই-গেমত এটা দল ক্ৰয় কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছিল। ইয়াৰ সমান্তৰালভাৱে এইবাৰ নতুন ভূমিকাত দেখা যাব ছাৰা টেণ্ডুলকাৰক। ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।