Labour Law: আপুনি কাম কৰা কোম্পানীয়ে দৰমহা দিয়াত দেৰি কৰে নেকি? আপোনাৰ অধিকাৰ জানক
দৰমহা দিয়াত পলম কৰাটো এটা গুৰুতৰ আইনী অপৰাধ। যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে এই পৰিস্থিতি কেনেকৈ চম্ভালিব?
ব্যক্তিগত হওক বা চৰকাৰী হওক, চাকৰিয়াল এজনে আটাইতকৈ সুখ অনুভৱ কৰে দৰমহা পোৱা দিনটোত। কাৰণ, ই কেৱল কেইটামান টকা নহয়। মাহটোৰ কষ্টৰ বিনিময়ত লাভ কৰা ধন। দেখা যায় যে, ব্যক্তিগত কোম্পানী বা ষ্টাৰ্টআপে বিভিন্ন অজুহাত দেখুৱাই নিজৰ কৰ্মচাৰীৰ দৰমহা আবদ্ধ কৰি ৰাখে। কৰ্মচাৰীসকলেও লোকচানৰ ভয়ত কোম্পানীটোৰ এই আচৰণ মনে মনে সহ্য কৰে। মনত ৰাখিব, দৰমহা দিয়াত পলম কৰাটো এটা গুৰুতৰ আইনী অপৰাধ। যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে এই পৰিস্থিতি কেনেকৈ চম্ভালিব?
Latest Videos
