শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্ব’ৰুমলৈ যোৱাৰ কষ্ট হ’ব কম, আমাজনতে পাব ৰয়েল এনফিল্ডৰ বাইক!

শ্ব’ৰুমলৈ যোৱাৰ কষ্ট হ’ব কম, আমাজনতে পাব ৰয়েল এনফিল্ডৰ বাইক!

monjit-dutta
Monjit Dutta | Published: 13 Oct 2025 22:41 PM

এই সুবিধা আপুনি লাভ কৰিবনে, সেয়াও হ’ব লক্ষণীয়। কিয়নো সকলো স্থানতে আমাজনৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ৰয়েল এনফিল্ডৰ বাইক। কেইখনমান নিৰ্দিষ্ট চহৰতহে এই সেৱা আৰম্ভ কৰিব ই-কমাৰ্চ প্লেটফৰ্মটোৱে।

যুৱকযুৱতীসকলৰ মাজত ৰয়েল এনফিল্ডৰ বাইকৰ এক বিশেষ জনপ্ৰিয়তা আছে কোম্পানীটোৰ পছন্দৰ বাইকখন ক্ৰয়ৰ বাবে আপুনি পৰিকল্পনা কৰি আছিল যদি এতিয়া আৰু আপুনি যাব নালাগে শ্বৰুমলৈ ঘৰতে বহি এতিয়া আপুনি পছন্দৰ বাইকখন লাভ কৰিব কিয়নো এতিয়া কমাৰ্চ প্লেটফৰ্ম আমাজনৰ পৰাই ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক কমাৰ্চ প্লেটফৰ্মটোত এতিয়া উপলব্ধ জনপ্ৰিয় কোম্পানীটোৰ বাইকসমূহ

পিছে এই সুবিধা আপুনি লাভ কৰিবনে, সেয়াও লক্ষণীয় কিয়নো সকলো স্থানতে আমাজনৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ৰয়েল এনফিল্ডৰ বাইক কেইখনমান নিৰ্দিষ্ট চহৰতহে এই সেৱা আৰম্ভ কৰিব কমাৰ্চ প্লেটফৰ্মটোৱে