শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
প্লে'-অফত দুটাকৈ অভিলেখ হিটমেনৰ, আগে-পাছে ৰৈছে বিৰাট কোহলী

প্লে’-অফত দুটাকৈ অভিলেখ হিটমেনৰ, আগে-পাছে ৰৈছে বিৰাট কোহলী

monjit-dutta
Monjit Dutta | Published: 01 Jun 2025 00:18 AM

‘হিটমেন’ হিচাপে খ্যাত ৰোহিত শৰ্মাৰ নামত আই পি এলত আছে বহু অভিলেখ। এই ক্ষুধা এতিয়াও আছে অপৰিৱৰ্তিত ৰূপত। শুকুৰবাৰে অনুষ্ঠিত হৈছিল আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ। প্ৰতিদ্বন্দিতাত নামিছিল গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ। এই মেচখনৰ সময়তে ৰোহিতে নিজৰ নামত সংযোজন কৰিছে দুটাকৈ ঈৰ্ষণীয় অভিলেখ।

‘হিটমেন’ হিচাপে খ্যাত ৰোহিত শৰ্মাৰ নামত আই পি এলত আছে বহু অভিলেখ। এইপৰ্যন্ত তেওঁ জয় কৰিছে ছয়টাকৈ আই পি এল খিতাপ। এগৰাকী খেলুৱৈ হিচাপে এয়া হৈছে প্ৰতিযোগিতাত সৰ্বাধিক খিতাপ জয়ৰ ৰেকৰ্ড। ইয়াৰে পাঁচটা খিতাপ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপেই লাভ কৰিছে। এইদৰে তেওঁ প্ৰতিযোগিতাৰ আটাইতকৈ সফলতম অধিনায়ক হিচাপেও পৰিগণিত হৈছে। পিছে এতিয়া তেওঁ নাই অধিনায়কৰ দায়িত্বত। পিছে সেই বুলিয়ে জানো হ্ৰাস পাব তেওঁৰ ক্ষুধা?

এটাৰ পিছত এটাকৈ অভিলেখৰ সৈতে প্ৰায়ে সংযোজন হৈ আছে ৰোহিতৰ নাম। শুকুৰবাৰে অনুষ্ঠিত হৈছিল আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ। প্ৰতিদ্বন্দিতাত নামিছিল গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ। এই মেচখনৰ সময়তে ৰোহিতে নিজৰ নামত সংযোজন কৰিছে দুটাকৈ ঈৰ্ষণীয় অভিলেখ। ইয়াৰে এক অভিলেখৰ ক্ষেত্ৰত তেওঁ বিৰাট কোহলীকো অতিক্ৰম কৰিছে। চাওঁ আহক এই বিষয়ে…