শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজি মুখ্যমন্ত্ৰীক দিব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন

আজি মুখ্যমন্ত্ৰীক দিব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন

Manas Borah
Manas Borah | Updated On: 22 Nov 2025 14:28 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দাখিল কৰা হ'ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন। সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দাখিল কৰা হ’ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন। সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই। কেইবা লানি আলোচনাৰ অন্তত দাখিল কৰা হ’ব এই প্ৰতিবেদন। অতুল বৰাই জনোৱা মতে, আজি সন্ধিয়া ৬ বজাত এক আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা। কিন্তু প্ৰতিবেদনৰ সন্দৰ্ভত বিশেষ কোৱাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী।