শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Jio ৰ অফাৰ! সীমাহীন ডাটাৰ পৰা এমাজন প্ৰাইফলৈ...জানক সবিশেষ...

Jio ৰ অফাৰ! সীমাহীন ডাটাৰ পৰা এমাজন প্ৰাইফলৈ…জানক সবিশেষ…

Barasha Sarma
Barasha Sarma | Published: 09 Mar 2025 21:32 PM

Jio Offer : বৰ্তমান সময়ত টেলিকম কোম্পানীসমূহে প্ৰায়ে ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰা দেখা যায়। কিন্তু ইয়াৰ মাজতে ৰিলায়েন্স জিঅ'ই গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ অফাৰ।

ৰিলায়েন্স জিঅই গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ অফাৰ। এই অফাৰৰ অধীনত গ্ৰাহকে সীমাহীন ডাটা, কলিং, আৰু এছএমএছৰ সুবিধা লাভ কৰিব। ইয়াতকৈ ডাঙৰ কথাটো হ’ল যে এই ৰিচাৰ্জ প্লেনত সীমাহীন ডাটা আৰু কলিঙৰ লগতে আপুনি বিনামূলীয়াকৈ এমাজন প্ৰাইম ভিডিঅ’ চাবস্ক্ৰিপশ্যন লাভ কৰিব।