শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Mukesh Ambani, Business News: পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ

Mukesh Ambani, Business News: পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ

Manas Borah
Manas Borah | Published: 09 Jul 2025 23:07 PM

উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

সকলোৰে ব্ৰেণ্ডেড কাপোৰ কিনাৰ সামৰ্থ্য নাই। উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

ৰিলায়েন্স ৰিটেইল ফেশ্বন ফেক্টৰীয়ে আগবঢ়াইছে বিশেষ অফাৰ। এই অফাৰ গ্ৰহণ কৰি আপুনি আপোনাৰ পুৰণি কাপোৰ দি ব্ৰেণ্ডেড কাপোৰ পাব পাৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে লৈ আহিছে “ফেশ্বন ফেক্টৰী এক্সচেঞ্জ ফেষ্টিভেল”। য’ত ক্ৰেতাই যিকোনো পুৰণি কাপোৰৰ বিনিময়ত নতুন ব্ৰেণ্ডৰ কাপোৰ লাভ কৰিব পাৰে। এই অফাৰ ২০ জুলাইলৈকে ৰিলায়েন্সৰ সকলো ‘ফেশ্বন ফেক্টৰী’ ষ্ট’ৰত উপলব্ধ।