শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উৰাবাতৰি শুনি চৰম সিদ্ধান্ত লৈছিল ৰেখাৰ স্বামীয়ে! কি আছিল এই উৰাবাতৰি?

উৰাবাতৰি শুনি চৰম সিদ্ধান্ত লৈছিল ৰেখাৰ স্বামীয়ে! কি আছিল এই উৰাবাতৰি?

Monjit Dutta
Monjit Dutta | Published: 12 Sep 2025 21:59 PM

বলীউডৰ অভিনেত্ৰী ৰেখাৰ সম্পৰ্ক সন্দৰ্ভত ওলোৱা এক উৰাবাতৰিৰ বাবেই তেওঁৰ স্বামীয়ে আত্মহত্যা কৰা বুলি চৰ্চা চলিছিল। কি আছিল এই উৰাবাতৰি, জানো আহক এই বিষয়ে।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰেখাক লৈ নানা চৰ্চা হোৱা পৰিলক্ষিত হয়। ছবিৰ পৰ্দাত তেওঁৰ কলাত্মক শৈলীয়ে সদায়েই অনুৰাগীক মুগ্ধ কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনক লৈও দেখা যায় সঘন চৰ্চা। বিশেষকৈ তেওঁৰ প্ৰেম জীৱনক লৈ অনুৰাগীৰ মাজত যথেষ্ট আকৰ্ষণ দেখা যায়। নিজৰ জীৱনত ৰেখাই পাৰ কৰিছে এক কঠিন সময়। ব্যক্তিগত জীৱনৰ আধাৰত সন্মুখীন হৈছে বহু অপমানৰ। এই সকলোখিনি নীৰৱে সহি ৰেখা হৈ পৰিছে এক শক্তিশালী ব্যক্তিসত্বা।

ৰেখাৰ প্ৰেমৰ সম্পৰ্কক লৈ ওলাইছে বহু গুজৱ। এনে এক গুজৱৰ বাবে আনকি ৰেখাই নিজৰ স্বামীক হেৰুওৱা বুলিও খবৰ ওলাইছিল। ৰেখাৰ সম্পৰ্ক সন্দৰ্ভত ওলোৱা এক উৰাবাতৰিৰ বাবেই তেওঁৰ স্বামীয়ে আত্মহত্যা কৰা বুলি চৰ্চা চলিছিল। কি আছিল এই উৰাবাতৰি, জানো আহক এই বিষয়ে।