শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কি হৈছিল সেই নিশা? অক্ষয়ৰ বাবে ডাঙৰ সিদ্ধান্ত ৰবীনাৰ...

কি হৈছিল সেই নিশা? অক্ষয়ৰ বাবে ডাঙৰ সিদ্ধান্ত ৰবীনাৰ…

Barasha Sarma
Barasha Sarma | Published: 16 Sep 2025 20:44 PM

অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী ৰবীনা টেণ্ডন সন্দৰ্ভত এটা সময়ত বহু চৰ্চা চলিছিল। কোৱা হয় দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অক্ষয় কুমাৰৰ বাবে ৰবীনাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অভিনেত অক্ষয় কুমাৰৰ বাবে জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিছিল অভিনেত্ৰী ৰবীনা টেণ্ডনে। যাৰ বাবে তেওঁক হাস্পাতালত ভৰ্তি কৰিবলগীয়া হৈছিল। এয়া আছিল ৯০ দশকৰ কথা। ৰবীনা আৰু অক্ষয়ৰ প্ৰেমৰ কথা সকলোৱে জানিছিল। দুয়ো এটা সময়ত বহু চৰ্চাত আছিল। টিপ টিপ বৰ্ষা পানী গীতটিৰ পৰা যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছিল এই যুটিটো।

কিন্তু এটা সময়ত এনে এক ঘটনা পোহৰলৈ আহিছিল যিয়ে আচৰিত কৰি তুলিব আপোনাক। ৰবীনাৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিছিল ৰবীনাই। কোৱা হয়, অক্ষয়ে ব্ৰেকআপ দিয়াৰ পাছত ৰবীনা ভাগি পৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি তেওঁক হাস্পাতালত ভৰ্তি কৰিবলগীয়া হৈছিল।

এই সন্দৰ্ভত ৰবীনাৰ ঘনিষ্ঠইও বহু কথা কৈছিল।