শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গোপনে হৈছিল বাগদান! অক্ষয়ৰ সৈতে প্ৰেমৰ সম্পৰ্কক কি ক'লে ৰবীনা টেণ্ডনে...

গোপনে হৈছিল বাগদান! অক্ষয়ৰ সৈতে প্ৰেমৰ সম্পৰ্কক কি ক’লে ৰবীনা টেণ্ডনে…

Trishna Kalita
Trishna Kalita | Published: 09 Nov 2025 17:11 PM

কেৱল নব্বৈৰ দশকত নহয়, ৰবীনা আৰু অক্ষয়ৰ মাজত প্ৰেম সদায় বলীউডত গৰম খবৰ হৈ আহিছে। অৱশ্যে খবৰৰ মাজতো ৰবীনা আৰু অক্ষয়ৰ প্ৰেমক লৈ কেতিয়াও মুখ খোলা নাই।

নব্বৈৰ দশকত বলীউডত প্ৰেমৰ অৰ্থ আছিল ৰবীনা টণ্ডন আৰু অক্ষয় কুমাৰ। কোৱা হয় যে পৰ্দাত ‘টিপ টিপ বৰ্ষা’ গীতত তেওঁলোকৰ কাপোৰ তিতিলেও দুয়োৰে হৃদয়ত প্ৰেমৰ জুই জ্বলি উঠিছিল। সেই প্ৰেমৰ জুইৰ উত্তাপ ইমানেই তীব্ৰ আছিল যে তেওঁলোকৰ মাজত গোপনে বাগদান সম্পন্ন হৈছিল বুলি কোৱা হয়। আৰু বিয়াৰ মাত্ৰ কেইদিনমান আগতে অজ্ঞাত কাৰণত ৰবীনা-অক্ষয়ৰ সম্পৰ্ক ভাঙি গৈছিল।