পূৰ্বেই প্ৰাণপ্ৰতিষ্ঠা হৈ যোৱা ৰাম মন্দিৰৰ পুনৰ হ’ব নেকি উদ্বোধন!
বিগত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰত। পিছে এতিয়া পুনৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিপূৰ্বেই ৰাম মন্দিৰৰ উদ্বোধন কৰি যোৱাৰ পিছত পুনৰ কিয় উদ্বোধনৰ প্ৰস্তুতি চলোৱা হৈছে, এয়া স্বাভাৱিকতেই এতিয়া সকলোৰে মনত উদয় হোৱা প্ৰশ্ন।
বিগত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰত। সমগ্ৰ দেশতে এই দিনটোত প্ৰৰিলক্ষিত হৈছিল ব্যাপক উছাহ। দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই দিনটো পৰিগণিত হৈছিল এক ঐতিহাসিক দিন ৰূপে। ইয়াৰ পিছত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিদিনে দেখিবলৈ পোৱা গৈছে ভক্তৰ ব্যাপক ভিৰ। পিছে এতিয়া পুনৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই কথাই স্বাভাৱিকতেই অধিকাংশ লোককে আচৰিত কৰি তুলিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিপূৰ্বেই ৰাম মন্দিৰৰ উদ্বোধন কৰি যোৱাৰ পিছত পুনৰ কিয় ৰাম মন্দিৰ উদ্বোধনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে, এয়া এতিয়া সকলোৰে মনত উদয় হোৱা প্ৰশ্ন। জানো আহক এই বিষয়ে।