শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Viral: ১.৫ কোটিটকীয়া গাড়ী ক্ৰয় কৰিলে ইউটিউবাৰ তথা ট্ৰাক চালক? তেওঁৰ মাহে উপাৰ্জন কিমান জানেনে?

Viral: ১.৫ কোটিটকীয়া গাড়ী ক্ৰয় কৰিলে ইউটিউবাৰ তথা ট্ৰাক চালক? তেওঁৰ মাহে উপাৰ্জন কিমান জানেনে?

Barasha Sarma
Barasha Sarma | Published: 18 Mar 2025 21:44 PM

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ট্ৰাক চালক তথা ইউটিউবাৰ ৰাজেশে ক্ৰয় কৰিলে ১.৫ কোটিটকীয়া বিলাসী বাহন। পুনৰ এবাৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইউটিউবাৰ তথা ট্ৰাক চালক ৰাজেশ ৰাৱানীয়ে ক্ৰয় কৰিলে ১.৫ কোটিটকীয়া বিলাসী বাহন। ট্ৰাক চলাই কোনোমতে পৰিয়াল পোহপাল দি থকা ৰাজেশৰ সফলতা দেখি আচৰিত হৈছে একাংশ। ইউটিউবৰ পৰা কেনেকৈ ইমান উপাৰ্জন সম্ভৱ বুলি প্ৰশ্ন কৰিলে একাংশই। কিন্তু ৰাজেশৰ মাহিলী আয়ৰ কথা শুনিলে আচৰিত হৈ পৰিব আপুনি।