শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভদ্ৰতা নাই! ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ...

ভদ্ৰতা নাই! ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ…

Trishna Kalita
Trishna Kalita | Published: 10 Dec 2025 23:03 PM

ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বলীউডৰ জনপ্ৰিয় গীতিকাৰ, লেখক তথা অভিনেতা পীযূষ মিশ্ৰই। তেওঁ স্পষ্টকৈ কয় যে, ৰণবীৰৰ শৰীৰত কাপুৰ পৰিয়ালৰ তেজ থাকিলেও ৰণবীৰ কাপুৰ পৰিয়ালৰ দৰে একেবাৰেই নহয়।

অভদ্ৰ, অশালীন, তেওঁৰ গাত কাপুৰ পৰিয়ালৰ কোনো সভ্যতা, ভদ্ৰতা নাই!  ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বলীউডৰ জনপ্ৰিয় গীতিকাৰ, লেখক তথা অভিনেতা পীযূষ মিশ্ৰই। তেওঁ স্পষ্টকৈ কয় যে, ৰণবীৰৰ শৰীৰত কাপুৰ পৰিয়ালৰ তেজ থাকিলেও ৰণবীৰ কাপুৰ পৰিয়ালৰ দৰে একেবাৰেই নহয়।