নাগৰিকৰ একাউণ্টত জমা হ’ব ৪৬ হাজাৰকৈ টকা! কেনেকৈ জানক…
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বাৰ্তা, য’ত কোৱা হৈছে যে দেশৰ জনসাধাৰণৰ ওপৰত আৰ্থিক সংকটৰ বোজা কমাবলৈ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলোৰে একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা হস্তান্তৰ কৰিব। ইয়াৰ লগতে ‘Register for Support’ নামৰ লিংক এটাও দিয়া হৈছে।
নতুন বছৰত চৰকাৰৰ নতুন অফাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰতিজন গ্ৰাহকৰ একাউণ্টত জমা কৰিব ধন। সেয়াও মাত্ৰ দুই বা ৩ হাজাৰ টকা নহয়, বিত্ত মন্ত্ৰালয়ে প্ৰতিজন গ্ৰাহকৰ একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা জমা কৰিব। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বাৰ্তা। পিছে সঁচাকৈয়ে চৰকাৰে ইমান টকা দিবনে?
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বাৰ্তা, য’ত কোৱা হৈছে যে দেশৰ জনসাধাৰণৰ ওপৰত আৰ্থিক সংকটৰ বোজা কমাবলৈ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলোৰে একাউণ্টত ৪৬ হাজাৰ ৭১৫ টকা হস্তান্তৰ কৰিব। ইয়াৰ লগতে ‘Register for Support’ নামৰ লিংক এটাও দিয়া হৈছে।এই বাৰ্তাটোৰ তথ্য পৰীক্ষা কৰি সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰিছে PIB-এ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এনে কোনো আঁচনি ঘোষণা কৰা নাই বা ৪৬,৭১৫ টকা দিয়াৰ সিন্ধান্ত লোৱা নাই।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
