শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

barasha-misra
Barasha Misra | Published: 20 Dec 2025 14:00 PM

নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। কংগ্ৰেছ,এজেপি দলৰ শীৰ্ষ নেতাৰ যোগদানে উৎফুল্লিত কৰিছে বিজেপিক। বিজেপিৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত যোগদান কাৰ্যসূচী।

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। শাসকীয় বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। নিৰ্বাচনৰ পূৰ্বে দিন-ৰাতি এক কৰিছে শাসকীয় বিজেপিয়ে।

নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। কংগ্ৰেছ,এজেপি দলৰ শীৰ্ষ নেতাৰ যোগদানে উৎফুল্লিত কৰিছে বিজেপিক। বিজেপিৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত যোগদান কাৰ্যসূচী।

সবিশেষ চাও আহক….