শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আধাৰৰ সৈতে লিংক কৰিলেনে?নিষ্ক্ৰিয় হৈ পৰিব পাৰে PAN কাৰ্ড!

আধাৰৰ সৈতে লিংক কৰিলেনে?নিষ্ক্ৰিয় হৈ পৰিব পাৰে PAN কাৰ্ড!

Barasha Sarma
Barasha Sarma | Published: 05 Dec 2025 20:25 PM

Aadhaar-Pan link: বৰ্তমান সময়ত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড গুৰুত্বপূৰ্ণ নথি। কিন্তু আপুনি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰিছেনে? যদি কৰা নাই তেন্তে নিষ্ক্ৰিয় হৈ পৰিব পাৰে পেন কাৰ্ড।

নিষ্ক্ৰিয় হৈ পৰিব পেন কাৰ্ড। যদি আপুনি এই কাম কৰা নাই তেন্তে কেইটামান দিনৰ ভিতৰতে এই কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। ডিচেম্বৰ শেষ সীমা। উল্লেখ্য যে, বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰা প্ৰয়োজন। ডিচেম্বৰ শেষ সময়। গতিকে আপুনি যদি এতিয়ালৈকে এয়া কৰা নাই তেন্তে বিপদত পৰিব পাৰে। কিয়নো নিষ্ক্ৰিয় হৈ পৰিব পাৰে পেন কাৰ্ড। আয়কৰ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

তথ্য অনুসৰি, নতুন বছৰতে পেন কাৰ্ড কাম নকৰা হৈ পৰিব পাৰে। পেন কাৰ্ড এক্টিভ কৰি ৰাখিবলৈ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা প্ৰয়োজন। ইমানেই নহয়, যদি আপুনি লিংক নকৰে। তেন্তে ভৰিব লাগিব পাৰে জৰিমনা। অনলাইনৰ দ্বাৰা লিংক কৰিব পাৰে আধাৰ পেন কাৰ্ড।

সবিশেষৰ বাবে চাওক ভিডিঅ’…