শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
India Pakistan War Tension: LoC ত পাকিস্তানৰ গুলীবৰ্ষণৰ পাছতে ঘৰ-বাৰী এৰিছে সাধাৰণ নাগৰিকে...

India Pakistan War Tension: LoC ত পাকিস্তানৰ গুলীবৰ্ষণৰ পাছতে ঘৰ-বাৰী এৰিছে সাধাৰণ নাগৰিকে…

manas-borah
Manas Borah | Published: 09 May 2025 22:56 PM

বৃহস্পতিবাৰে নিশা LoC ৰ সমীপত যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ দিশৰ ধাৰাষাৰ গোলাবৰ্ষণ হোৱাৰ অভিযোগ উত্থাপন হয় । পাকিস্তানৰ দিশৰ পৰা সাধাৰণ নাগৰিকক লক্ষ্য গোলাবৰ্ষণ কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

বৃহস্পতিবাৰে নিশা LoC ৰ সমীপত যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ দিশৰ ধাৰাষাৰ গোলাবৰ্ষণ হোৱাৰ অভিযোগ উত্থাপন হয় । পাকিস্তানৰ দিশৰ পৰা সাধাৰণ নাগৰিকক লক্ষ্য গোলাবৰ্ষণ কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । এই সময়তে পাকিস্তানৰ গোলাবৰ্ষণত স্থানীয় লোকৰ ঘৰ ধ্বংস হোৱাৰ লগতে তেওঁলোক আতংকিত হৈ পৰে । স্থানীয় লোকে উল্লেখ কৰিছে পাকিস্তানৰ দিশৰ পৰা বৃহস্পতিবাৰে নিশা ধাৰাষাৰ গুলীবৰ্ষণ কৰে । ইফালে, শুকুৰবাৰে দিনটোত একাংশ লোকে সেই স্থান এৰি নিৰাপদ স্থানলৈ যোৱা পৰিলক্ষিত হয় । বিশেষকৈ ৰাজৌৰি,  পুঞ্চ, উৰী চেক্টৰত ধাৰাবাহিকভাৱে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে ।