Nicolas Maduro, Donald Trump, Venezuela: মাদুৰোক গ্ৰেপ্তাৰৰ পাছতে বিক্ৰী বৃদ্ধি Nike ৰ ! কাৰণ কি ?
এই বিশ্ববিখ্যাত স্প’ৰ্টছৱেৰ ব্ৰেণ্ড আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ মাজত কি সম্পৰ্ক? Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দী অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী।
মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত হঠাতে বৃদ্ধি পাইছে লাইফষ্টাইল ব্ৰেণ্ড Nike ৰ বিক্ৰী। কিন্তু এই বিশ্ববিখ্যাত স্প’ৰ্টছৱেৰ ব্ৰেণ্ড আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ মাজত কি সম্পৰ্ক? Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দী অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী। আপোনাৰো হয়তো শুনি আচৰিত লাগিছে!
চকুৰ ওপৰত ক’লা আৱৰণ, কাণত হেডফোন, হাতত পানীৰ বটল আৰু পাতল ধূসৰ ৰঙৰ এটা জেকেট পিন্ধি আছিল মাদুৰোৱে। ক’লৈ গৈ আছে, কেনেকৈ গৈ আছে, সেই মুহূৰ্তত অনুমান কৰাটো মাদুৰোৰ বাবে অসম্ভৱ আছিল। এই ফটোখন সেই সময়ত তোলা। তেওঁ আমেৰিকাৰ এখন জাহাজত আছিল। তাৰ পিছত ট্ৰাম্পে ছ’চিয়েল মিডিয়াত ফটোখন পোষ্ট কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। যেন গোটেই পৃথিৱীখনে সেই ফটোখনৰ বাবে অপেক্ষা কৰি আছিল।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
