শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত আয়োজন সামূহিক বিবাহ

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত আয়োজন সামূহিক বিবাহ

Manas Borah
Manas Borah | Published: 18 Nov 2025 21:15 PM

বিয়া গীতেৰে মুখৰিত হৈছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত মঙলবাৰে আয়োজন কৰা হয় সামূহিক বিবাহ অনুষ্ঠানৰ। নলবাৰী জিলাৰ ৯ যোৰা দৰা কইনাৰ একেলগে সম্পন্ন হ’য় বিবাহ কাৰ্য্।

বিয়া গীতেৰে মুখৰিত হৈছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণ। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত মঙলবাৰে আয়োজন কৰা হয় সামূহিক বিবাহ অনুষ্ঠানৰ। নলবাৰী জিলাৰ ৯ যোৰা দৰা কইনাৰ একেলগে সম্পন্ন হ’য় বিবাহ কাৰ্য।