কেনেকৈ লাভ কৰিব ৩ কোটি টকাৰ অৱসৰ পুঁজি? জানক…
3 Cr Retirement Fund: সকলোৱে এটা ভাল ভৱিষ্যতৰ আশা কৰে। ইয়াকে লৈ মানুহে ধন জমা বা বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰে। কিন্তু বৰ্তমান মুদ্ৰাস্ফীতিৰ যুগত ভাল ভৱিষ্যতৰ বাবে সঠিকভাৱে ধন জমা কৰা দৰকাৰ।
প্ৰায় সকলো মানুহে এটা ভাল ভৱিষ্যতৰ সপোন দেখে। এই সপোন আগত ৰাখি মানুহে চাকৰি কৰে আৰু এদিন অৱসৰ লয়। অৱসৰৰ পাছত যাতে সকলো ভালদৰে পাৰ হয় তাৰ বাবে মানুহে ধন জমা কৰে। কিন্তু বৰ্তমান মুদ্ৰাস্ফীতিৰ যুগ। গতিকে আজিৰ সময়ত সাধাৰণভাৱে জমা কৰিলে আপোনাৰ পাছলৈ ভাল নহ’বও পাৰে। ইয়াৰ বাবে লাগিব ভাল পৰিকল্পনা। অৱসৰৰ পাছত আপোনাৰ হাতত অন্তত ৩ কোটি টকা থাকিলে ভালদৰে সকলো পৰিচালনা কৰিব পাৰে।
পিছে অৱসৰৰ পাছত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? এই ক্ষেত্ৰত সহায় কৰিব পাৰে মিউচুৱেল ফাণ্ডে। কিন্তু সময়ৰ লগে লগে বিনিয়োগৰ ধন বৃদ্ধি হৈ আছে। গতিকে সঠিক সময়ত, সঠিক টকা বিনিয়োগ কৰা দৰকাৰ। আপুনি কিমান জমা কৰিলে পাছলৈ ৩ কোটি পাব পাৰ?
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
